নমস্কাৰ,
আজি আপোনালোকৰ ওচৰলৈ সৈনিক সকলৰ ওপৰত লিখা এটি সুন্দৰ কবিতা আগবঢ়োৱা হ'ল, আশা কৰো আপোনালোকে কবিতাটো ভাল পাব। কবিতাৰ শিৰোনামা -সৈনিক।
Edited by The Ocibul Oc - unsplash |
-Pranami Das
জীৱন মৰণৰ দুৱাৰত
ওঁঠত হাহি লৈ
নিজৰ দেশ মাতৃৰ কাৰণে
নিজকে বলিদান দিয়া
সেই সকল বাৰু কোন?
তুমি জানানে? নে নাজানা
নাজানা যদিও নিজে
নজনাকৈয়ে তেওঁলোকক
অলপ শ্রদ্ধা, সম্মান
আমি দিন নোৱাৰোনে
যি সকলে নিজকে দেশমাতৃৰ
চৰণত অর্পণ কৰিছে
তেওঁলোকক আমি আমাৰ মাজৰ পৰা
অলপ .....
কিমান যে ত্যাগী সেই সকল
আমি কল্পনা কৰিব নোৱাৰো
কিন্তু তাতোকৈ ত্যাগী
তেওঁলোকৰ পাৰিয়াল।
কিমান কষ্টৰে আমাক
আমাৰ দেশ মাতৃক .....
তেওঁলোকৰ ওচৰত বহুত ঋণী
কিন্তু তাতোকৈ ঋণী
তেওঁলোকৰ..........
In this poem, we delve deep into the world of these modern-day heroes, exploring their indomitable courage, rigorous training, and the profound impact they have on the societies they protect. They sacrifice and are dedicated to a cause greater than oneself. The poem is on behalf of respect for the army. We all love you Indian Army.
Recommend post
1. How to capture night sky photos clearly with Android
Thank you for reading the poem, Special thanks to Poet Pranami Das for writing such a poem. If you also want to publish any poem or story, then send information through the Contact Us form or mail and please comment below about the poem, Thank you.
Comments
Post a Comment