Skip to main content

আজি সেই সকললৈ প্ৰণাম -An Assamese Poem to tribute Teachers|| Assamese poem on Teacher ||Manash Haloi||

নমস্কাৰ,

আজি ৫ ছেপ্টেম্বৰ, শিক্ষক দিৱস উপলক্ষে আপোনালোকৰ ওচৰলৈ এটি সুন্দৰ শিক্ষকৰ ওপৰত লিখা কবিতা আগবঢ়োৱা হ'ল, মোৰ ভাল লাগিছে পঢ়ি, আশা কৰো আপোনালোকেও ভাল পাব। কবিতাৰ শিৰোনামা আজি সেই সকললৈ প্ৰণাম । 

Edited by The Ocibul Oc through @canva

 আজি সেই সকললৈ প্ৰণাম

- Manash Haloi 

 আজি সেই সকললৈ প্ৰণাম

যি সকলৰ  বাবে

মই আৰু বহু জনে

বৰ্তমানৰ এই পৰ্যায় পাবলৈ সক্ষম হৈছো। 

         সঁচাকৈ,

        প্রতি প্ৰকাৰে আলসুবা  আছিলো মই, 

        ভিজা মাটিৰ দৰেই আছিলো মই, 

        আকাৰেদি গঢ়িলে মোক

        নিজৰ ভৰিত থিয় কৰালে

        হাৰি যোৱা প্ৰতিটো পলতে

        কেতিয়াও নভগা উদ্যম যোগাই দিয়া

        কৰ্ম তেওঁৰ ইমান নিস্বাৰ্থৰ যেন

        ভগৱানে তেওঁক মোৰ গুৰু বনাই দিয়ে

        তেওঁক ধন্যবাদ কৰিবলৈ মই

        আজি কোনো শব্দই বিচাৰি নাপাওঁ

        মাত্ৰ বিচাৰো প্ৰতিটো পলতে 

        আপোনালোকৰ আশীৰ্বাদ আৰু পৰামৰ্শ

        আপোনালোকৰ পৰামৰ্শ আৰু আশীৰ্বাদেৰে

        মহান হবলৈ বিচাৰো ম‌ই। 

        যদিও কেতিয়াবা এজাক ধুমুহা বতাহে

        চুই থৈ যায় মোৰ সেই মনটোক

        আৰু মই সেই পথৰ পৰা বিচলিত হৈ

        পথহাৰা পক্ষীটোৰ দৰে 

        যদিও সেই সকল মহানেই আকৌ নতুন

        পথ বিচাৰি দিয়ে মোক

        আজি সেই সকলোলৈ প্ৰণাম। 

        আহা সকলোৱে মিলি

        শিক্ষক দিৱসৰ দিনা

        সেই মহা আত্মাৰ চৰণত প্ৰণিপাত জনাওঁ। 

        আমাৰ মনৰ বেয়া ভাৱবোৰ ত্যাগ‌ কৰি

        আজি এই শিক্ষক দিৱসৰ দিনা

        এই মহানসকলক প্ৰণাম কৰো বাৰম্বাৰ ।



      Today (5th September), is a special day for Indians, it's Teacher's Day (the Birthday of India's 2nd PM Dr Sarvapalli Radhakrishnan), on this day I uploaded a poem to tribute to our respected teachers. 

Written by - Manash Holoi (xi) 

Edited by- Mitrajit D.


  Thank you for reading the poem, Special thanks to Poet M. Haloi for writing such a poem. If you also want to publish any poem or story, then send information through the Contact Us form and please comment below about the poem, Thank you. 


Comments

Post a Comment

Popular posts from this blog

প্ৰস্তৰ - অসমীয়া কবিতা। An Assamese poem The Ocibul Oc|| TOO

      প্ৰস্তৰ - an amazing Assamese poem  Welcome to here, where we are delighted to share with you an Assamese poem. Assamese poetry is known for its rich cultural heritage and lyrical beauty, and  these poems will surely captivate your heart. আমাৰ আজিৰ কবিতাৰ শিৰোনামা "প্ৰস্তৰ"।  An Assamese poem! The Ocibul Oc @unsplash প্ৰ স্তৰ

Star Picture - With Android mobile- tips and tricks 100% working | How to click night sky photo with Android without extra lense

Night Sky Photoshoot With Android mobile Taking photos of the night sky is a great way to capture the beauty of the universe. However, it can be challenging to get a clear and stunning photo with just an Android phone. But don't worry, with the right techniques and tools, you can take amazing night sky photos with your Android phone. "𝙄 𝙠𝙣𝙤𝙬 𝙣𝙤𝙩𝙝𝙞𝙣𝙜 𝙬𝙞𝙩𝙝 𝙖𝙣𝙮 𝙘𝙚𝙧𝙩𝙖𝙞𝙣𝙡𝙮 𝙗𝙪𝙩 𝙩𝙝𝙚 𝙨𝙞𝙜𝙝𝙩 𝙤𝙛 𝙩𝙝𝙚 𝙨𝙩𝙖𝙧𝙨 𝙢𝙖𝙠𝙚𝙨 𝙢𝙚 𝙙𝙧𝙚𝙖𝙢" - (@𝙑𝙚𝙣𝙘𝙚𝙣𝙩 𝙑𝙖𝙣 𝙜𝙤𝙜𝙝)  Here are some tips to help you capture stunning photos of the night sky with your Android phone: Find a Dark Location or Perfect Location* The first step in taking a good night sky photo is finding a location that is dark enough. Light pollution can greatly affect the quality of your photo, so it is important to find a location that is as dark as possible. This could be a park, a lake, or any other area away from city lights. The darker the location, the more stars you ...

The Gift Of The Magi questions answers Class-12 Alternative English 2023-24।। The Gift Of The Magi notes ।।

  The Gift Of The Magi -O'Henry All Important questions answers// previous years questions answers of AHSEC from 2015-2023.  Designed by Unstoppable Notes